অসমগুৱাহাটীজীৱনশৈলী

আজি কবিতাৰ দিন

মাহেন্দ্ৰ ক্ষণৰ সাক্ষী হৈ ৰ’ল অসমবাসী

আজি কবিতাৰ দিন

মাহেন্দ্ৰ ক্ষণৰ সাক্ষী হৈ ৰ’ল অসমবাসী

কবিতাৰ বাবে কাব্যঋষিলৈ সাহিত্যৰ সৰ্বোচ্চ সন্মান

কাব্যঋষি নীলমণি ফুকনে গ্ৰহণ কৰিলে জ্ঞানপীঠ বঁটা

ৰবীন্দ্ৰ ভৱনত বঁটা প্ৰদানৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান

জীৱনজোৰা সাধনাৰ বাবে কবিঋষিলৈ এই বঁটা

১৯৮১ চনত লাভ কৰিছিল সাহিত্য অকাডেমি বঁটা

জ্ঞানপীঠ বিজয়ী তৃতীয়গৰাকী অসমীয়া নীলমণি ফুকন

উপস্থিত জ্ঞানপীঠৰ অধ্যক্ষসহ প্ৰতিনিধিবৰ্গ

পুত্ৰৰ হাতত ধৰি বঁটা ল’বলৈ আহিল কবিগৰাকী

মুখ্য অতিথিৰূপে উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

উপস্থিত শিক্ষামন্ত্ৰী, সাংস্কৃতিক মন্ত্ৰী

সূৰ্য হেনো নামি আহে এই নদীয়েদি, গোলাপী জামুৰ লগ্ন কবিতা সংকলন নীলমণি ফুকনৰ।এই দুই কাব্য গ্ৰন্থ দেশ-বিদেশৰ বিশিষ্ট মহলত বহু চৰ্চিত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.