অসমৰাজনৈতিক

থাওৰাত  প্ৰথম ৰাউণ্ডৰ ভোটগণণা সমাপ্ত

৪,২১৫টা ভোট লাভ কৰিছে বৰগোহাঁয়ে। ২,৭৩৬টা ভোট আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থীগৰাকী।

থাওৰাত  প্ৰথম ৰাউণ্ডৰ ভোটগণণা সমাপ্ত। আগবাঢ়ি আছে বিজেপিৰ সুশান্ত বৰগোহাঁই।

৪,২১৫টা ভোট লাভ কৰিছে বৰগোহাঁয়ে। ২,৭৩৬টা ভোট আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থীগৰাকী।

ইয়াৰ বিপৰীতে ৰাইজৰ দলৰ ধৈৰ্য কোৱঁৰে লাভ কৰিছে ১,৪৩৯টা ভোট।

মৰিয়নিত আগবাঢ়ি আছে বিজেপিৰ ৰূপজ্যোতি কূৰ্মী।

ভৱানীপুৰত আগবাঢ়ি আছে কংগ্ৰেছ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.