leatest updateঅসমআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীদৈনিক বাতৰিবোলছবিভাৰতমনোৰঞ্জনসংস্কৃতি

অসমীয়া যুৱকৰ সাফল্য: ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ অসমৰ এখন ছবি…

'The Muse' শীৰ্ষক ছবিখন অহা ৩১ মে'ত অনলাইন যোগে প্ৰদৰ্শিত হ'ব।

এজন অসমীয়া যুৱকৰ সাফল্য। ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব অসমৰ ছবি।অসমৰ অংশুমান শইকীয়াৰ দ্ধাৰা পৰিচালিত ‘The Muse’নামৰ এখন চুটি ছবিয়ে ইৰাণৰ এই Norgs International Independent Film Festivalৰ চুটি ছবি শাখাত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে।

অসমীয়া যুৱকৰ সাফল্য: ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ অসমৰ এখন ছবি...

উল্লেখ্য যে, চুটি ছবি শাখাৰ বাছনিত ভাৰতৰ হৈ একমাত্ৰ পৰিচালক হিচাপে নিৰ্বাচিত হৈছে অংশুমান শইকীয়া। গুৱাহাটী আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত চিত্ৰগ্ৰহণ হোৱা ‘The Muse’ শীৰ্ষক ছবিখন অহা ৩১ মে’ত অনলাইন যোগে প্ৰদৰ্শিত হ’ব।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × four =

Back to top button