Himanta Biswa SarmaInternationalleatest updatenationalSportsখেলদৈনিক বাতৰি

দ্বিতীয়বাৰলৈ ভাৰতৰ দখলত T20 বিশ্বকাপৰ খিতাপ

আন্তঃৰাষ্ট্ৰীয় T20ক বিদায় ৰোহিত শৰ্মা, বিৰাট কোহলিৰ

১৩ বছৰীয়া প্ৰতীক্ষাৰ অৱসান,  ভাৰতৰ দখলত পুনৰ বিশ্বকাপৰ খিতাপ

T20 বিশ্বকাপৰ খিতাপ দখল মেন ইন ব্লুৰ

দ্বিতীয়বাৰলৈ ভাৰতৰ দখলত T20 বিশ্বকাপৰ খিতাপ

পুনৰ দেশবাসীয়ে ল’লে বিশ্বকাপ জয়ৰ সোৱাদ

দক্ষিণ আফ্ৰিকাক হৰুৱাই বিশ্বজয় টীম ইণ্ডিয়াৰ

বিশ্বকাপ জয় কৰি আৱেগিক টীম ইণ্ডিয়াৰ সদস্য

নিশালৈকে বিশ্বকাপ জয়ৰ আনন্দ-উল্লাস দেশবাসীৰ

ফাইনেল মেচত বিৰাট কোহলিৰ দমনীয় বেটিং

৫৯ বলত ৭৬ ৰানৰ দৰ্শনীয় ইনিছং কিং কোহলিৰ

প্ৰত্যাশিতভাৱে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান কোহলিক

যশপ্ৰীত বুমৰাহলৈ প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মান

ৰোহিত বাহিনীক অভিনন্দন কোটি কোটি ভাৰতীয়ৰ

বিশ্বকাপৰ জয়ত উৎফুল্লিত ৰাজ্যবাসী

১৩ বছৰৰ প্ৰতীক্ষাৰ অন্তত ভাৰতৰ বিশ্বকাপ জয়

টীম ইণ্ডিয়াৰ দখলত T20 বিশ্বকাপৰ খিতাপ

দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ জয় মেন ইন ব্লুৰ

দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি বিশ্বকাপ জয় ভাৰতৰ

টীম ইণ্ডিয়াক অভিনন্দন কোটি কোটি ভাৰতীয়ৰ

ৰোহিত বাহিনীক অভিনন্দন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰোহিত বাহিনীলৈ শুভেচ্ছা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

অভিনন্দন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.