AssamCity newsঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

নিৰ্বাচনী বণ্ডক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, অসংবিধানিক আখ্যা ইলেক্ট্ৰৰেলৰ বণ্ড আঁচনি…….

নিৰ্বাচনী বণ্ডক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

অসংবিধানিক আখ্যা ইলেক্ট্ৰৰেল বণ্ড আঁচনি

নিৰ্বাচনী বণ্ড দলীয় পুঁজি সংগ্ৰহৰ আঁচনি

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে কৰে নাকচ

এতিয়াৰ পৰা বন্ধ হ’ব ইলেক্ট্ৰৰেল বণ্ড

বণ্ডৰ সৱিশেষ ৰাজহুৱা কৰিব লাগিব

ষ্টেট বেংক অৱ ইণ্ডিয়ালৈ জাননী সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠৰ

ষ্টেট বেংকে সদৰী কৰিব লাগিব উৎসৰ পৰিচয়

ডাটাৰ পৰিচয় জনাৰ অধিকাৰ আছে ভোটাৰৰ

নিৰ্বাচন আয়োগেও আপলোড কৰিব লাগিব তথ্য

২০১৭ চনত অনা হৈছিল নিৰ্বাচনী বণ্ড আঁচনি। ৰাজনৈতিক দললৈ পোনপটীয়াকৈ ধন দি বৰঙণি আগবঢ়োৱাৰ পৰিৱৰ্তে বণ্ড আকাৰত বৰঙণি দিয়াৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ পাছতেই ৰাজনৈতিক দলবোৰে বিভিন্ন উৎসৰ পৰা বণ্ডৰ জৰিয়তে লাভ কৰিছিল কোটি কোটি টকা। উল্লেখ্য যে বণ্ডৰ জৰিয়তে দিয়া ধনৰ ক্ষেত্ৰত উৎসৰ নাম প্ৰকাশ কৰা হোৱা নাছিল। বিভিন্ন বেংকৰ জৰিয়তে এই বণ্ড লোৱা হৈছিল। উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে প্ৰদান কৰা ৰায় অনুসৰি ষ্টেট বেংক অৱ ইণ্ডিয়াই এতিয়ালৈ লাভ কৰা বিভিন্ন উৎসৰ ধনৰ সৱিশেষ এতিয়া ৰাজহুৱা কৰিব লাগিব।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.