অসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

সৰ্বোচ্চ ন্যায়ালয়ত ৰাহুল গান্ধীৰ আবেদনৰ শুনানি

সৰ্বোচ্চ ন্যায়ালয়ত ৰাহুল গান্ধীৰ আবেদনৰ শুনানি

গুজৰাট চেছন আদালতৰ ৰায়দান স্থগিতৰ বাবে আবেদন ৰাহুল গান্ধীৰ

মোদী উপাধিক কটাক্ষ কৰি মানহানিৰ গোচৰত হৈছিল দণ্ডিত

২ বছৰৰ কাৰাবাসৰে দণ্ডিত হৈছিল ৰাহুল গান্ধী

চেছন আদালতৰ ৰায়দানক প্ৰত্যাহ্বান জনাইছিল গান্ধীয়ে

গুজৰাট উচ্চ ন্যায়ালয়েও বাহাল ৰাখে নিম্ন আদালতৰ ৰায়দান

সৰ্বোচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি জাৰি কৰিছে জাননী

মূল গোচৰীয়া পূৰ্ণেন্দু মোদী আৰু গুজৰাট চৰকাৰক জাননী

অহা ১০ দিনৰ ভিতৰত জাননীৰ প্ৰত্যুত্তৰ দিবলৈ নিৰ্দেশ SCৰ

৪ আগষ্টত পুনৰ শুনানি ল’ব সৰ্বোচ্চ ন্যায়ালয়ে

গুজৰাট চেছন আদালতৰ ২ বছৰৰ কাৰাদণ্ডৰ ৰায়দানৰ পিছতে ২৪ মাৰ্চত খাৰিজ হৈছিল ৰাহুল গান্ধীৰ সাংসদ পদ। সৰ্বোচ্চ ন্যায়ালয়ত সকাহ নাপালে অহা ৮ বছৰলৈ নিৰ্বাচনী ৰাজনীতিত অংশগ্ৰহণ কৰিব নোৱাৰিব ৰাহুল গান্ধীয়ে। ২ বছৰৰ বাবে কাৰাবাস খাটিব লাগিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.