SocialSocial Networkঅপৰাধজীৱনশৈলীদৈনিক বাতৰিভাৰতৰাষ্ট্ৰীয় সুৰক্ষা

একাংশ সংবাদ মাধ্যমক লৈ সুখী নহয় সৰ্বোচ্চ ন্যায়ালয়! কিয়…

তবলগী জামাতক লৈ এক গোচৰৰ শুনানিৰ সময়ত এই গুৰুত্বপূৰ্ণ মন্তব্য

একাংশ ৱেৱ প’ৰ্টেল, ইউটিউব চেনেলক লৈ সুখী নহয় দেশৰ সৰ্বোচ্চ ন্যায়ালয়। কোনো নিয়্ন্ত্ৰণ নথকাৰ বাবে ইউটিউব আৰু একাংশ ৱেবছাইটে কম সময়ৰ ভিতৰতে এনে কিছু দৃশ্য দেখুৱাই বা লিখে যে তাৰ কোনা নিয়ন্ত্ৰণ নাই। কোনেও তেওঁলোকক জৱাবদিহি নকৰে। মুখ্য ন্যায়াধীশ এন ভি ৰামানায়ে এক গোচৰৰ শুনানিত কয় যে এতিয়া ইচ্ছা কৰিলে যিকোনোৱে এয়া কৰাটো সম্ভৱ হৈছে।

এইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ কিবা ব্যৱস্থা লোৱা হ’বনে বুলি কেন্দ্ৰীয় চৰকাৰে কৰা প্ৰশ্নত দেশৰ মহাধিবক্তা তুষাৰ মেহতাই ন্যায়ালয়ক জানিবলৈ দিয়ে যে, আই টি নিয়মৰ অধীনত এই বিষয়টোত দৃষ্টি ৰখা হৈছে।

উল্লেখ যোগ্য যে, তবলগী জামাতক লৈ এক গোচৰৰ শুনানিৰ সময়ত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.