leatest updateঅসমআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিবিশ্বভাৰত

আটলাণ্টিক মহাসাগৰত অঘটন! মহাসাগৰৰ তলীত কাৰিকৰী বিজুতিত বিস্ফোৰিণ এখন চাবমেৰিন।

টাইটানিকৰ ধ্বংসাৱশেষ চোৱাৰ বাবে গৈছিল এটা দল।

আটলাণ্টিক মহাসাগৰৰ তলীত কাৰিকৰী বিজুতি ঘটি বিস্ফোৰিত হয় এখন চাবমেৰিন। এই বিস্ফোৰণত নিহত হৈছে ৫জন ক্ৰু সদস্য।

উল্লেখ্য যে, টাইটানিকৰ ধ্বংসাৱশেষ চোৱাৰ বাবে গৈছিল দলটো। ১৮ জুনৰ পৰা সন্ধানহীন হৈ আছিল চাবমেৰিনখন। অনুসন্ধানকাৰী দলে ৰবটৰ দ্বাৰা অভিযান চলাই টাইটানিক জাহাজৰ ধ্বংসস্তূপৰ ওচৰত সন্ধান পায় চাবমেৰিনখনৰ। আটলাণ্টিক মহাসাগৰৰ প্ৰায় ১২ হাজাৰ ৫০০ ফুট তলত সংঘটিত হয় এই ঘটনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.