অপৰাধঅসমআঞ্চলিক

ভুমি বিবাদৰ ভয়ংকৰ পৰিণতি! মাৰপিটত দুজনলোক নিহত। ক’ত সংঘটিত হ’ল এই ঘটনা?

মাৰপিটত আন ৬ গৰাকী লোকৰো গুৰুতৰ ভাৱে আহত।

দক্ষিণ কামৰূপৰ সোণতলীৰ নিকটৱৰ্তী বৰপেটাৰ লক্ষীপুৰ চৰত ভুমি বিবাদক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা ৷ মাৰপিটত নিহত লক্ষীপুৰ চৰৰ চৰকাৰী গাওঁ প্ৰধান আজিজুল হক।

নিহত আজিজুল হকৰ উপৰিও মাৰপিটত আন ৬ গৰাকী লোকৰো গুৰুতৰ ভাৱে আহত হয় ৷ নিহত আজিজুলৰ ভাতৃ জাকিৰ হুছেইনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। বৰ্তমান উন্নত চিকিৎসাৰ বাবে জাকিৰ হুছেইনক GMCHলৈ প্ৰেৰণ কৰা হয় যদিও ইতিমধ্যেপথতে মৃত্যু হয়
জাকিৰ হুছেইনৰ।

উল্লেখ্য যে ভুমি বিবাদক কেন্দ্ৰ কৰি বিল্লাল হুছেইনৰ পৰিয়ালৰ লোকে এই ঘটনা সংঘটিত কৰে বপলি জনা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.