অসম

ম’বাইল চুৰিৰ অভিযোগত শিলচৰ NITত নিৰ্মম প্ৰহাৰ ৩গৰাকীকৈ ৰান্ধনিক।

ঘটনা সন্দৰ্ভত কাছাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান।

শিলচৰ NITত সংঘটিত এক ভয়ংকৰ কাণ্ডই পুনৰ ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ম’বাইল চুৰিৰ অভিযোগত ৯নং ছাত্ৰাবাসৰ একাংশ ছাত্ৰই অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে ৩গৰাকীকৈ ৰান্ধনিক।

ইয়াৰে এগৰাকী ৰান্ধনিৰ অৱস্থা সংকটজনক। ঘটনা সন্দৰ্ভত তদন্তৰ বাবে NIT কৰ্তৃপক্ষই গঠন কৰি দিছে এখন সমিতি। কাছাৰ আৰক্ষীয়েও আৰম্ভ কৰিছে নিজাববীয়া অনুসন্ধান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.