EntertainmentInternationalleatest updatenatural disasternorth east

উত্তৰ ছিকিমত প্ৰকৃতিৰ ধ্বংসলীলা। ডাৱৰ বিস্ফোৰণত তচনচ বহু অঞ্চল।

লুনাক হ্ৰদৰ ওপৰত হোৱা ডাৱৰ বিস্ফোৰণৰ ঘটনাত ২৩ সেনা জোৱানসহ সন্ধানহীন ৪১জনকৈ লোক।

উত্তৰ ছিকিমত প্ৰকৃতিৰ ধ্বংসলীলা। ডাৱৰ বিস্ফোৰণত তচনচ বহু অঞ্চল। ধ্বংসপ্ৰাপ্ত ৰাষ্ট্ৰীয় ঘাইপথ, ঘৰ-বাৰী লগতে যানবাহন। অস্বাভাৱিক হাৰত বৃদ্ধি তিষ্টা নদীৰ জলপৃষ্ঠ। চৌথাং বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত ২০ ফুট পৰ্যন্ত বৃদ্ধি নদীৰ জলস্তৰ। প্ৰৱল বানে উটুৱাই নিলে সেনা বাহিনীৰ এটা কনভয়।

লুনাক হ্ৰদৰ ওপৰত হোৱা ডাৱৰ বিস্ফোৰণৰ ঘটনাত ২৩ সেনা জোৱানসহ সন্ধানহীন ৪১জনকৈ লোক। সন্ধানহীন লোকক উদ্ধাৰৰ বাবে অভিযান অব্যাহত। প্ৰৱল বানৰ বাবে দুখন জিলাত হাইএলাৰ্ট জাৰি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.