জীৱনশৈলীদৈনিক বাতৰিবলিউডভাৰতমনোৰঞ্জন

বলীউডৰ পৰা টলীউডলৈকে যাদুকৰী কন্ঠৰে খলকনি তোলা এইগৰাকী গায়িকা আজি ৩৮ বছৰীয়া হ’ল! তেওঁৰ জীৱনতো আছিল বহু সংগ্ৰাম..

৪ বছৰ বয়সতে কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ সুৰীয়া গীত গাবলৈ আৰম্ভ কৰিছিল শ্ৰেয়াই

১৯৮৪ চনৰ ১২ মাৰ্চত পশ্চিম বংগৰ মুৰ্শিদাবাদত জন্মগ্ৰহণ কৰা শ্ৰেয়া ঘোযাল হৈছিল ৰাজস্থানৰ কোটাৰ ওচৰৰ এখন ঠাইত ডাঙৰ দীঘল হৈছিল।

বলীউডৰ পৰা টলীউডলৈকে যাদুকৰী কন্ঠৰে খলকনি তোলা এইগৰাকী গায়িকা আজি ৩৮ বছৰীয়া হ'ল! তেওঁৰ জীৱনতো আছিল বহু সংগ্ৰাম..

৪ বছৰৰ পৰাই আৰম্ভ কৰিছিল গীত গোৱা। ৩৮ বছৰীয়া হ’ল যাদুকৰী কন্ঠৰ গৰাকী শ্ৰেয়া ঘোষাল।

বলীউডৰ পৰা টলীউডলৈকে যাদুকৰী কন্ঠৰে খলকনি তোলা এইগৰাকী গায়িকা আজি ৩৮ বছৰীয়া হ'ল! তেওঁৰ জীৱনতো আছিল বহু সংগ্ৰাম..

বলীউডৰ পৰা টলীউডলৈকে প্ৰতিতো হিট গানেৰে খলকনি তোলা শ্ৰেয়া ঘোষালৰ জীৱনতো আছিল সংগ্ৰাম।

৪ বছৰ বয়সতে কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ সুৰীয়া গীত গাবলৈ আৰম্ভ কৰিছিল শ্ৰেয়াই। যি সময়ত শিশুৱে সঠিকভাৱে কথা ক’বলৈ শিকিব নোৱাৰে, শ্ৰেয়াই এটাৰ পিছত এটা কঠিন গান গাইছিল। শ্ৰেয়া ঘোষালে ৬ বছৰ পৰাহে সংগীত শিক্ষা গ্ৰহণ কৰিছিল। কণমাণি শ্ৰেয়াক প্ৰথমবাৰৰ বাবে দূৰদৰ্শনৰ ৰিয়েলিটি শ্ব’ত দেখা গৈছিল। সেই সময়তে লতা মংগেশকাৰৰ পৰা চনু নিগমলৈকে বলীউডৰ বিখ্যাত গায়কসকলে শ্ৰেয়াৰ কন্ঠত হতবাক হৈছিল।

বলীউডৰ পৰা টলীউডলৈকে যাদুকৰী কন্ঠৰে খলকনি তোলা এইগৰাকী গায়িকা আজি ৩৮ বছৰীয়া হ'ল! তেওঁৰ জীৱনতো আছিল বহু সংগ্ৰাম..

কিন্তু শ্ৰেয়াৰ টাৰ্নিং পইন্ট তেতিয়াহে আহিল যেতিয়া সঞ্জয় লীলা ভাঞ্চালীৰ মাতৃয়ে ৰিয়েলিটী শ্ব’ত শ্ৰেয়াৰ গান শুনি সঞ্জয় লীলা ভাঞ্চালীক শ্ৰেয়াৰ বিষয়ে কৈছিল। আৰু তাৰ পিছতেই শ্ৰেয়াই তেওঁৰ জীৱনৰ প্ৰথমখন ছবিত কন্ঠ দান কৰে আৰু সকলোকে মোহি পেলাই। তাৰ পাছত আৰু শ্ৰেয়াই পিছলে ঘুৰি চাবলগীয়া নহ’ল।

বলীউডৰ পৰা টলীউডলৈকে যাদুকৰী কন্ঠৰে খলকনি তোলা এইগৰাকী গায়িকা আজি ৩৮ বছৰীয়া হ'ল! তেওঁৰ জীৱনতো আছিল বহু সংগ্ৰাম..

সৰুৰে পৰা শ্ৰেয়াৰ পিতৃ- মাতৃয়ে তেওঁক গানৰ জগতৰ লগত পৰিচয় কৰাই দিছিল।

কিন্তু আজিৰ শ্ৰেয়া হ’বলৈ তেওঁ কমখন সংগ্ৰাম কৰিছিলনে। শ্ৰেয়াই ৪ বছৰ বয়সত সংগীত শিকিবলৈ আৰম্ভ কৰিছিল। যি সময়ত শিশুৱে সঠিকভাৱে কথা ক’বলৈ শিকিব নোৱাৰে, শ্ৰেয়াই এটাৰ পিছত এটা কঠিন গান গাইছিল। সৰু শ্ৰেয়াক প্ৰথমবাৰৰ বাবে দূৰদৰ্শনৰ ৰিয়েলিটি শ্ব’ত দেখা গৈছিল। সেই সময়ত লতা মংগেশকাৰৰ পৰা চনু নিগমলৈকে বলীউডৰ বিখ্যাত গায়কসকলে এই ছোৱালীজনীৰ (Shreya Ghoshal) মাত শুনি আচৰিত হৈছিল। শ্ৰেয়াৰ প্ৰথম বলীউডত পদাৰ্পণ ‘দেৱদাস’ বোলছবি গোৱা গানৰ জৰিয়তে।

বলীউডৰ পৰা টলীউডলৈকে যাদুকৰী কন্ঠৰে খলকনি তোলা এইগৰাকী গায়িকা আজি ৩৮ বছৰীয়া হ'ল! তেওঁৰ জীৱনতো আছিল বহু সংগ্ৰাম..

শ্ৰেয়াৰ বাবে এটা টাৰ্নিং পইণ্ট আছিল সঞ্জয় লীলা ভাঞ্চালীৰ মাতৃয়ে ৰিয়েলিটী শ্ব’ত শ্ৰেয়াৰ গান শুনাটো। তেওঁ সঞ্জয় লীলা ভাঞ্চালীক শ্ৰেয়াৰ বিষয়ে কৈছিল। আৰু তাৰ ঠিক পিছতে শ্ৰেয়াই তেওঁৰ জীৱনৰ প্ৰথমখন ছবিত দিয়া কণ্ঠৰে সকলোৰে মন মুহিছিল।

বলীউডৰ পৰা টলীউডলৈকে যাদুকৰী কন্ঠৰে খলকনি তোলা এইগৰাকী গায়িকা আজি ৩৮ বছৰীয়া হ'ল! তেওঁৰ জীৱনতো আছিল বহু সংগ্ৰাম..

আজি ৩৮ বছৰীয়া শ্ৰেয়া পুত্ৰ আৰু স্বামীৰ সৈতে এক সুখী বৈহাহিক জীৱন যাপন কৰি আছে। তাৰ লগতে নিজৰ এটাৰ পিছত আনটো চুপাৰহিট গানেৰে বৰ্তমানেও অব্যাহত ৰাখিছে যাত্ৰা।

বলীউডৰ পৰা টলীউডলৈকে যাদুকৰী কন্ঠৰে খলকনি তোলা এইগৰাকী গায়িকা আজি ৩৮ বছৰীয়া হ'ল! তেওঁৰ জীৱনতো আছিল বহু সংগ্ৰাম..

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 9 =

Back to top button