আন্তঃৰাষ্ট্ৰীয়খেলমনোৰঞ্জন

২০ বছৰ অনুৰ্ধ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈৰ সফলতা

ভাৰতে বিশ্ব এথলেটিকছত পদক লাভৰ সংখ্যা ৭টালৈ বৃদ্ধি পালে

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈৰ সফলতা।

কেনিয়াৰ নাইৰবী অনুষ্ঠিত ২০ বছৰ অনুৰ্ধ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈয়ে লাভ কৰিছে সফলতা।

ভাৰতৰ হৈ শৈলী সিঙে লং জাম্পত ৰূপৰ পদক অৰ্জন কৰি ভাৰতলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মাত্ৰ ০.০১ মিটাৰৰ বাবে সোণৰ পদক জয় কৰিবলৈ ব্যৰ্থ হয় শৈলী।

১৭ বছৰীয়া শৈলীয়ে এই পদক লাভ কৰাৰ পিছতেই ভাৰতে বিশ্ব এথলেটিকছত পদক লাভৰ সংখ্যা ৭টালৈ বৃদ্ধি পালে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.