মনোৰঞ্জন

মুকলি কৰা হ’ল সঞ্জয় লীলা ভাঞ্চালীৰ নতুন সংগীত এলবাম ‘Sukoon’শুনিলেনে আপুনি?

উল্লেখনীয় কথাটো যে এই এলবামটোত অসমৰ সন্তান পাপনেও কণ্ঠদান কৰিছে।

৭ডিচেম্বৰত মুক্তি পালে বলীউডৰ কিংবদন্তী চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ আটাইতকৈ প্ৰতীক্ষিত সংগীত এলবাম ‘চুকুন’। ভাঞ্চালীয়ে সুৰৰ ৰাণী লতা মংগেশকাৰৰ সন্মানত এই এলবামটো উপস্থাপন কৰিছে। ৯ টা গান থকা এই এলবামটো তৈয়াৰ কৰিবলৈ তেওঁক প্ৰায় দুবছৰ সময় লাগিছিল।

Sanjay Leela Bhansali announces first music album 'Sukoon', to release on December 7 - The Hindu

ৰছিদ খান, শ্ৰেয়া ঘোষাল, অৰমান মালিক, চাহিল হাদা, পাপন, প্ৰতিভা বাঘেল আৰু মাধুবন্তী বাগচীৰ দৰে জনপ্ৰিয় কণ্ঠশিল্পীসকলে এলবামটোত কণ্ঠদান কৰিছে। উল্লেখনীয় কথাটো যে এই এলবামটোত অসমৰ সন্তান পাপনেও কণ্ঠদান কৰিছে। এলবামটোত “গালিব হোনা হে”, “তুঝে ভি চান্দ”, “কাৰাৰ”, “দৰ্দ পাথৰোঁ কো”, “গাম না হোনা”, “হৰ এক বাত”, “মুস্কুৰাহত” আৰু “শিৱা তেৰে”ৰ দৰে গানসমুহ অন্তৰ্ভুক্ত কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × five =

Back to top button