Socialঅপৰাধআন্তঃৰাষ্ট্ৰীয়

পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ ধৰ্ষণৰ দৃশ্য থকা চিনেমাখন জানেনে?

এখন চলচ্চিত্ৰ! ছবিখনত দেখুওৱা হৈছে আটাইতকৈ ভয়ংকৰ ধৰ্ষণৰ দৃশ্য

এখন চলচ্চিত্ৰ! ছবিখনত দেখুওৱা হৈছে আটাইতকৈ ভয়ংকৰ ধৰ্ষণৰ দৃশ্য

এই ছবিখনত দেখুওৱা ধৰ্ষণৰ দৃশ্য আজিলৈকে ছবিবোৰত দেখুওৱা ধৰ্ষণৰ দৃশ্যতকৈ অতি ভয়ংকৰ। ছবিখনত নিষ্ঠুৰতাৰ দৃশ্য এনেকুৱাকৈ আছিল যে এই ছবিখনৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ল।

ছবিখনৰ নাম ‘Irreversible’। এই ছবিখনৰ ধৰ্ষণৰ দৃশ্যটো ইমান ভয়ংকৰ দেখুওৱা হৈছে যে চেঞ্চৰ ব’ৰ্ডে ছবিখন নিষিদ্ধ কৰিবলগীয়া হৈছিল। চিনেমাবোৰ ইতিবাচক, নেতিবাচক দুয়োটা প্ৰভাৱেই পৰে সমাজৰ ওপৰত। সেয়েহে ছবিখন নিষিদ্ধ কৰে চেঞ্চৰ ব’ৰ্ডে। প্ৰত্যেকখন ছবিয়ে চেন্সৰ ব’ৰ্ডৰ মাপকাঠীৰ মাজেৰে পাৰ হ’ব লাগে যিয়ে নিৰ্ধাৰণ কৰে ছবিখন কেনেধৰণৰ আৰু দৰ্শকে চোৱাৰ যোগ্য হয় নে নহয়। প্ৰতিখন দেশতে নিজাকৈ চেন্সৰ ব’ৰ্ড থাকে যিয়ে মুক্তিৰ পূৰ্বে ছবিবোৰ চোৱাৰ পিছত বিশ্লেষণ কৰে।

ছবিখনৰ কাহিনীবোৰক বাস্তৱ জগতৰ লগত মিলাবলৈ যিমান পাৰি সিমান চেষ্টা কৰে ছবি নিৰ্মাতাসকলে। প্ৰতিটো দৃশ্যক জীৱন্ত কৰি তুলিবলৈ চেষ্টা কৰে পৰিচালকে। সেয়েহে হত্যাৰ দৃশ্যই হওক বা ধৰ্ষণৰ দৃশ্যই হওক, নিৰ্মাতাসকলে দৃশ্যটোক যিমান পাৰি সিমান বাস্তৱ যেন দেখুৱাবলৈ চেষ্টা কৰে। কিন্তু কেতিয়াবা অধিক কলাত্মক হোৱাৰ প্ৰয়াসত চলচ্চিত্ৰ নিৰ্মাতাসকলে চেন্সৰ ব’ৰ্ডে সিদ্ধান্ত লোৱা সীমা পাৰ হৈ যায়।

পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ ধৰ্ষণৰ দৃশ্য থকা চিনেমাখন জানেনে?

প্ৰায় ১১ মিনিট ধৰি চলিছিল নিৰ্যাতন। আমি হলিউডৰ ‘Irreversible’ ছবিখনৰ কথা কৈছো। হলিউডৰ এই ছবিখনৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে যে ইয়াত ১১ মিনিটৰ দীঘলীয়া ধৰ্ষণৰ দৃশ্য এটা দেখুওৱা হৈছিল, যিয়ে আপোনাৰ মন, শৰীৰ কঁপাই তুলিব।

ছবিখনত দেখুওৱা হৈছিল যে এগৰাকী ছোৱালীয়ে চহৰৰ নিৰ্জন ছাবমেট্ৰ’ৰ মাজেৰে পাৰ হৈ গৈ আছে, আৰু সেই সময়তেই তাইৰ লগত এই ভয়ংকৰ অঘটন ঘটে। এই ছবিখনত ধৰ্ষণৰ বলি হোৱাৰ চৰিত্ৰত অভিনয় কৰিছিল মনিকা বেলুচিয়ে। ছবিখন ছবিগৃহত নিষিদ্ধ কৰা হৈছিল, তাৰ পিছত নিৰ্মাতাসকলে এই ছবিখনৰ ধৰ্ষণৰ অংশ ট্ৰিম কৰিবলগীয়া হৈছিল। তাৰ পিছতহে ছবিগৃহত উপলব্ধ হৈছিল ছবিখন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − two =

Back to top button