অপৰাধঅভিনয়অৰ্থনৈতিকচাকৰিবোলছবিভাৰতমনোৰঞ্জন

ৰাজ কুন্দ্রাৰ কার্যালয়ত উদ্ধাৰ ৰহস্যজনক কাপব’ৰ্ড

ৰাজ কুন্দ্রাৰ বিৰুদধে সাক্ষ্যদান দিবলৈ সাজু তেওঁৰেই চাৰিগৰাকী কর্মী

অশ্লীল ছবি নির্মাণ কৰা গোচৰত দোষী সাব্যস্ত হোৱা বলীউডৰ অভিনেত্রী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্রাৰ কার্যালয়ত উদ্ধাৰ হৈছে এক গোপন কাপব’ৰ্ড৷ ৰহস্যজনক এই কাপব’ৰ্ডক লৈ মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে৷

লক্ষণীয়ভাৱে ৰাজ কুন্দ্রাক অশ্লীল ছবি নির্মাণৰ ক্ষেত্রত অবৈধ ধনৰ লেনদেন হোৱা বিষয়টোক লৈ ইতিমধ্যে এনফ’ৰ্চমেণ্ট সঞ্চালকালয়ে তদন্ত চলোৱাৰ সিদ্ধান্ত লৈছে৷ ইফালে, অশ্লীল ছবি নির্মাণৰ গোচৰত ৰাজ কুন্দ্রাৰ বিৰুদ্ধে তেওঁৰেই চাৰিগৰাকী কর্মীয়ে কুন্দ্রাৰ গোচৰটোত সাক্ষ্যদান কৰিব বুলি ঘোষণা কৰিছে৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.