Social

চিকিৎসালয়ত ভৰ্তি বলীউড পৰিচালক ৰোহিত চেট্টী!

শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হয় ৰোহিত চেট্টী।

বছৰটোৰ আৰম্ভণিতে দেশবাসীলৈ বেয়া খবৰ! বলীউডৰ পৰিচালক ৰোহিত চেট্টী চিকিৎসালয়ত ভৰ্তি। শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হয় ৰোহিত চেট্টী। চেট্টীক আঘাতপ্ৰাপ্ত অৱস্থাত এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা গৈছে যে তেওঁৰ আহিবলগীয়া ৱেব চিৰিজ ইণ্ডিয়ান পুলিচ ফ’ৰ্চৰ দৃশ্যগ্ৰহণৰ সময়তে হাতত আঘাতপ্ৰাপ্ত হয় আৰু তাৰ পিছতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.