ক্ৰিকেট

ৰাজকোটত নিৰ্ণায়ক মেচত দমনীয় বেটিং সূৰ্য্যৰ, শ্ৰীলংকাৰ আগত ২২৯ ৰানৰ লক্ষ্য

ভাৰতৰ চিৰসেউজ বেটছমেন সূৰ্যকুমাৰ যাদৱে আকৌ এবাৰ নিজৰ বেটিং পৰাক্ৰম দেখুৱায়

শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয় টি20 মেচত শতক অৰ্জন সূৰ্য্যকুমাৰ যাদৱৰ। ৰাজকোটত ভাৰত আৰু শ্ৰীলংকাৰ মাজত চলি থকা খিতাপ যুঁজত ভাৰতীয় দলটোৱে টছত জয়ী হৈ প্ৰথমে বেটিং কৰে আৰু পাঁচটা উইকেট হেৰুৱাই ২২৮ ৰাণ সংগ্ৰহ কৰে। বিপক্ষ দলটোৱে এতিয়া এই খেলখন জিকিবলৈ নিৰ্ধাৰিত অভাৰত ২২৯ ৰাণ সংগ্ৰহ কৰিব লাগিব। ভাৰতৰ চিৰসেউজ বেটছমেন সূৰ্যকুমাৰ যাদৱে আকৌ এবাৰ নিজৰ বেটিং পৰাক্ৰম দেখুৱায়। মাত্ৰ ৫১ টা বলত সাতটা চাৰি আৰু নটা ছয়ৰ সহায়ত অপৰাজিত ১১২ ৰাণ সংগ্ৰহ কৰে যাদৱে ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.