অসমউৎসৱজীৱনশৈলীভাৰত

আজি পোহৰৰ উৎসৱ দীপাৱলী! কিয় পালন কৰা হয় এই পোহৰৰ উৎসৱ?

সলোৰে মাজত সমস্ত আসুৰিক শক্তি নাশ কৰি দৈৱিক শক্তিৰে অলোকিত কৰি তুলাৰ কামনাৰে সকলোলৈকে পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভকামনা

আজি পোহৰৰ উৎসৱ দীপাৱলী।

আজি পোহৰৰ উৎসৱ দীপাৱলী! কিয় পালন কৰা হয় এই পোহৰৰ উৎসৱ?

প্রবাদমতে, দ্বাপৰ যুগত বৰাহৰূপী বিষ্ণু আৰু বসুমতীৰ পুত্র নৰকাসুৰে স্বর্গলোক আক্রমণ কৰাৰ পাছত কোনো শক্তিৰে অসুৰক পৰাস্ত কৰিব নোৱৰাত দেৱৰাজ ইন্দ্র শ্রীকৃষ্ণৰ শৰণাপন্ন হয়। ভকতবৎসল ভগৱন্তই ভকতৰ দুখ দূৰ কৰিবৰ বাবে নৰকাসুৰক নিধন কৰে। অসুৰ নাশ হোৱাত তিনিওলোকতে চাকি জ্বলাই আনন্দ উৎসৱ পালন কৰা হয়। তেতিয়াৰ পৰাই দীপান্বিতা পালন কৰা হয়।

আজি পোহৰৰ উৎসৱ দীপাৱলী! কিয় পালন কৰা হয় এই পোহৰৰ উৎসৱ?
আকৌ ৰামায়ণত উল্লেখ থকা মতে, ৰাক্ষস ৰাজ লংকাধিপতি দশাননক বধ কৰি অযোধ্যালৈ উভতি আহোঁতে অযোধ্যাৰ প্রজাসকলে পদূলিয়ে পদূলিয়ে চাকি জ্বলাই আনন্দ উৎসৱ কৰি ৰামচন্দ্রক আদৰণি জনাইছিল আৰু তেতিয়াৰ পৰাই সেই দিনটোত দীপান্বিতা পালন কৰা হয়।

আজি পোহৰৰ উৎসৱ দীপাৱলী! কিয় পালন কৰা হয় এই পোহৰৰ উৎসৱ?
প্ৰবাদ যিয়ে নহওক, পোহৰৰ উৎসৱ দীপাৱলীয়ে ঋণাত্মক অন্ধকাৰ দুৰ কৰি ধনাত্মক পোহৰ বিলাই। এইবাৰৰ দিপাৱলীয়েও সলোৰে মাজত সমস্ত আসুৰিক শক্তি নাশ কৰি দৈৱিক শক্তিৰে অলোকিত কৰি তুলাৰ কামনাৰে সকলোলৈকে পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভকামনা।

আজি পোহৰৰ উৎসৱ দীপাৱলী! কিয় পালন কৰা হয় এই পোহৰৰ উৎসৱ?

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button