AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতস্বাস্থ্য

‘ৰেচন কাৰ্ড থকা সকলে বিনামূলীয়াকৈ লাভ কৰিব পানী’ : মৃগেন শৰণীয়া

GMC কাৰ্যালয়ত মেয়ৰ মৃগেন শৰণীয়াৰ সংবাদমেল

জাইকাৰ পানী যোগান সন্দৰ্ভত কেইবাটাও ঘোষণা

ৰেচন কাৰ্ড থকা সকলে বিনামূলীয়াকৈ লাভ কৰিব পানী

ধৰ্মীয় সামাজিক অনুষ্ঠানলৈ জাইকাৰ বিনামূলীয়া পানী

চাফাই কৰ্মীৰ কলনিলৈও বিনামূলীয়া পানী যোগানৰ ব্যৱস্থা

ব’হাগ মাহৰ পৰা আৰম্ভ হ’ব গৃহ নম্বৰ দিয়াৰ ব্যৱস্থা

বৰষুণৰ পানী সংৰক্ষণৰ বাবে বিশেষ পৰিকল্পনা GMCৰ

বিদ্যালয়, ধৰ্মীয়-সামাজিক বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা

আৰ্বান ফৰেষ্ট নিৰ্মাণ কৰা সকললৈ সুখবৰ

আৰ্বান ফৰেষ্ট গঢ়িলে কৰৰ ক্ষেত্ৰত বিশেষ সকাহ

APPৰ জৰিয়তে ট্ৰেড লাইচেন্স দিয়াৰ ব্যৱস্থা

শীঘ্ৰে আৰম্ভ হ’ব নতুন লাইচেন্সৰ কাম

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.