শ্ৰেণীবিহীন

বিলাসী ঘৰ ক্ৰয় কৰিলে ৰাখী সাৱন্টে! luxurious ঘৰ ক্ৰয় কৰিবলৈ কি কৰিলে ৰাখীয়ে?

৭ বছৰৰ বাবে লোন লৈ ক্ৰয় কৰিছে এই ঘৰটো৷ ৭ বছৰ কম কমকৈ ঘৰৰ ঋণ মাৰিব ৰাখীয়ে৷

বিলাসী ঘৰ ক্ৰয় কৰিলে ৰাখী সাৱন্টে!
ডুবাইত এতিয়া কোটি টকীয়া ঘৰ ৰাখীৰ!
luxurious ঘৰ ক্ৰয় কৰিবলৈ কি কৰিলে ৰাখীয়ে?

প্ৰায়েই সামাজিক মাধ্যমত চৰ্চাত থাকে বলীউড আইটেম গাৰ্ল, অভিনেত্ৰী তথা ড্ৰামা কুইন ৰাখী ছাৱান্ট৷ বৰ্তমান আদিল হূুছেইনৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখীৰ৷ দুয়ো মিলি ডুবাইত ক্ৰয় কৰিছে বিলাসী ঘৰ ৷ নিজৰ ইষ্টাগ্ৰাম একাউন্টতো ৰাখীয়ে স্ফুৰ্তিত তৰ্কতআপলোড দিলে luxurious ঘৰৰ ভিডিঅ’৷ দুয়ো নতুন ঘৰক লৈ উৎফুল্লিত৷ বিভিন্ন সময়ত ৰাখীয়ে নিজৰ প্ৰেমিকক লৈয়ে চৰ্চাত থাকে৷ সামাজিক মাধ্যমত দিয়া ভিডিঅ’টোত ৰাখী সাৱন্টে অনুৰাগী সকলৰ মাজত চিনাকি কৰাই দিছে নিজৰ ধুনীয়া ঘৰখন৷ ভিডিঅ’টোত ৰাখী সাৱন্তই কৈছে, ‘ইমান ডাঙৰ ঘৰ দুজন মানুহৰ বাবে যথেষ্ট, মোৰ বাবে আৰু আদিলৰ বাবে৷ জীৱনত আৰু কি আছে, জীয়াই থকাৰ বাহিৰে।’ ৰাখীৰ বিলাসী বাসগৃহৰ ভিডিঅ’ত অনুৰাগীসকলে ঘৰটো কিমান দামত ক্ৰয় কৰিলে আৰু কেনেকৈ ক্ৰয় কৰিলে প্ৰশ্ন সোধে৷

ৰাখীৰ উত্তৰ- ৭ বছৰৰ বাবে লোন লৈ ক্ৰয় কৰিছে এই ঘৰটো৷ ৭ বছৰ কম কমকৈ ঘৰৰ ঋণ মাৰিব ৰাখীয়ে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − 4 =

Back to top button