অসমবতৰ

বতৰ বিজ্ঞান কেন্দ্ৰ অনুসৰি অসমত আজি নিশাৰে পৰা ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

অহা এটা সপ্তাহত বতৰ ডাৱৰীয়া হৈ থাকিব উত্তৰ-পূৰ্বাঞ্চলত

অসমত আজি নিশাৰে পৰা ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷

   অসম, নাগালেণ্ড আৰু মেঘালয়ত বতৰ সেমেকা হৈ থকাৰ সমান্তৰালকৈ বৰষুণ-ঢেৰেকনিৰে বজ্ৰপাত অহাৰ সম্ভাৱনা আছে৷

   বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপৰ বাবেই অসম সহ উত্তৰ-পূৰ্বাঞ্চলত অহা এটা সপ্তাহত বতৰ ডাৱৰীয়া হৈ থাকিব ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button