Assamleatest updateSocialunivers

চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুৰ পৰা প্ৰথমটো বৈজ্ঞানিক পৰীক্ষাৰ বাৰ্তা প্ৰেৰণ চন্দ্ৰযান-3ৰ।

চন্দ্ৰপৃষ্ঠৰ থাৰ্ম’ফিজিকেল তথ্য প্ৰেৰণ চন্দ্ৰযান-3

চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত চন্দ্ৰযান-3ৰ অভিযান

প্ৰথমটো বৈজ্ঞানিক পৰীক্ষাৰ বাৰ্তা প্ৰেৰণ

লেণ্ডাৰত সংযোজিত ChaSTEয়ে দিলে নিৰীক্ষণ তথ্য

চন্দ্ৰপৃষ্ঠৰ থাৰ্ম’ফিজিকেল তথ্য প্ৰেৰণ চন্দ্ৰযান-3

চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুৰ পৰা প্ৰথমটো বৈজ্ঞানিক পৰীক্ষাৰ বাৰ্তা প্ৰেৰণ চন্দ্ৰযান-3ৰ।

চন্দ্ৰপৃষ্ঠত পৃথক পৃথক স্থানত আছে পৃথক তাপমান!

চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত তাপমান প্ৰায় ৫০ ডিগ্ৰী ছেলচিয়াছ

একেদৰে ৮০mm গভীৰতাত তাপমান মাইনাছ ১০ ডিগ্ৰী ছেলচিয়াছ

ChaSTE পেল’ডত আছে ১০টাকৈ চেন্সৰ

চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুৰ পৰা প্ৰথমটো বৈজ্ঞানিক পৰীক্ষাৰ বাৰ্তা প্ৰেৰণ চন্দ্ৰযান-3ৰ।

চন্দ্ৰযান-3ৰ সৈতে মুঠ ৭টা পেল’ড ডিভাইছ প্ৰেৰণ কৰা হৈছিল

পৃথিৱীৰ বিকিৰণৰ ওপৰতো নিৰীক্ষণ চলাইছে পেল’ডসমূহে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + five =

Back to top button