Assamassam policeleatest updatenational

মণীষ ছিছ’ডিয়ালৈ বৃহৎ সঁকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰিণিকি শৰ্মা ভূঞাৰ মানহানিৰ গোচৰত স্থগিতাদেশ

মণীষ ছিছ’ডিয়ালৈ বৃহৎ সঁকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ছিছ’ডিয়া দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী

ৰিণিকি শৰ্মা ভূঞাৰ মানহানিৰ গোচৰত স্থগিতাদেশ

ছিছ’ডিয়াৰ বিৰুদ্ধে তৰিছিল ১০০ কোটিৰ মানহানিৰ গোচৰ

PPE কীট কেলেংকাৰি সন্দৰ্ভত সংবাদ মেল দিছিল ছিছ’ডিয়াই

জগৰীয়া কৰিছিল ৰিণিকি ভূঞা শৰ্মাক

ছিছ’ডিয়াৰ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + one =

Back to top button