অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

মাজুলীৰ চাপৰিত সোৱণশিৰীৰ খহনীয়া প্ৰতিৰোধৰ দাবীত প্ৰতিবাদ

মাজুলী উপ- নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ আহি মাজৰ চাপৰি পেকামণি ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

নামনি মাজুলী মাজৰ চাপৰিত ৰাইজৰ প্ৰতিবাদ

সোৱণশিৰীৰ খহনীয়া প্ৰতিৰোধৰ দাবীত প্ৰতিবাদ

বাৰিষাৰ পূৰ্বে খহনীয়া প্ৰতিৰোধৰ দাবী ৰাইজৰ

খহনীয়া প্ৰতিৰোধ নহ’লে ভোট বৰ্জন কৰাৰ হুংকাৰ

বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদস্থলী

মাজুলী উপ- নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ আহি মাজৰ চাপৰি পেকামণি ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি সেই স্থানতে প্ৰতিবাদ সাব্যস্ত কৰিলে মাজৰ চাপৰি পেকামণি ৰাইজে। অসম চৰকাৰ হায়, হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, পিয়ুষ হাজৰিকা হায় হায়, বিজেপি গৌ বে’গ, ভুৱন গাম গ’বেক ধ্বনিৰে উত্তাল সোৱণশিৰি নৈৰ পাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.