দৈনিক বাতৰিভাৰত

আজি কৰ্ণাটকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি কৰ্ণাটকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি কৰ্ণাটকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বান্দিপুৰ টাইগাৰ ৰিজাৰ্ভ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ। মহীশূৰত তিনিদিনীয়া কাৰ্যসূচীৰে বিশেষ অনুষ্ঠান। প্ৰজেক্ট টাইগাৰৰ ৫০ বছৰ উপলক্ষে এই অনুষ্ঠান।কেইবাটাও প্ৰকল্পত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে।

সংৰক্ষণ কাৰ্যকলাপৰ সৈতে জড়িত ফ্ৰণ্টলাইন ফিল্ড কৰ্মচাৰী আৰু স্ব সহায়ক গোটৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । মুদুমালায় ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ থেপাকাডু হাতী শিৱিৰো পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.