অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

২৮ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব নতুন সংসদ ভৱন, ৰাষ্ট্ৰপতিৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ PIL উচ্চতম ন্যায়ালয়ত

২৮ মে’ত নতুন সংসদ ভৱনৰ উদ্বোধন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব নতুন সংসদ ভৱন

প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে ৰাষ্ট্ৰপতিয়ে উদঘাটন কৰাৰ দাবী বিৰোধীৰ

ৰাষ্ট্ৰপতিৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ PIL উচ্চতম ন্যায়ালয়ত

বৃহস্পতিবাৰে দাখিল কৰা PIL খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে

প্ৰধানমন্ত্ৰীয়ে উদঘাটন কৰা কাৰ্যৰ বিৰোধিতাৰে দাখিল হৈছিল PIL

অধিবক্তা CR জয়া সুকিনৰ আবেদন শুনানিৰ অন্তত খাৰিজ PIL

ন্যায়াধীশ জে কে মহেশ্বৰী, পি এছ নৰশ্বিমাৰ বিচাৰপীঠৰ খাৰিজ

আদালতৰ নিৰ্দেশৰ পিছতেই প্ৰধানমন্ত্ৰীয়ে উদঘাটন কৰাটো নিশ্চিত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.