অৰ্থনৈতিকঅসম

আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মুল্য! মহানগৰীত চেঞ্চুৰি কোবালে পেট্ৰ’লৰ মুল্যই

৯ দিনত ৮বাৰকৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম

◾আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম

◾প্ৰতিলিটাৰ পেট্ৰ’লত বৃদ্ধি পালে ৮৯ পইচা

◾প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ৮৫ পইচা

◾৯ দিনত ৮বাৰকৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম

◾মহানগৰীত শতকৰ ঘৰ অতিক্ৰম পেট্ৰ’লৰ দামৰ

◾ঢকুৱাখনাত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক পেট্ৰ’লৰ দাম

◾ঢকুৱাখনাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৪ টকা

◾মহানগৰীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০০.৭৮টকা

◾মহানগৰীত প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৬.৭৫টকা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + eleven =

Back to top button