leatest updateঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰি

বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডৰ নতুন মোৰ!

হত্যাকাৰীৰ হাছানুৰৰ স্বীকাৰোক্তিক নস্যাৎ পৰিয়ালৰ...

ক্ৰমাৎ ৰহস্যঘন হৈ পৰিছে জোনালী নাথৰ হত্যাকাণ্ড। বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডৰ নতুন মোৰ। হত্যাকাৰীৰ হাছানুৰৰ স্বীকাৰোক্তিক নস্যাৎ কৰিছে পৰিয়ালৰ লোকৰ। বৰ্তমান আৰক্ষীৰ জালত আছে হত্যাকাৰী হাছানুৰ ইছলাম। ৫ দিনৰ আৰক্ষীৰ জিম্মাত আছে হত্যাকাৰী হাছানুৰ। আৰক্ষীৰ তদন্তত সন্তুষ্ট নহয় জোনালীৰ স্বামী। জোনালী আৰু হাছানুৰৰ প্ৰেমৰ সম্পৰ্ক সম্পূৰ্ণ মিছা বুলি মন্তব্য কৰিছে জোনালীৰ স্বামীয়ে।

‘হাচানুৱে আৰক্ষী আগত মনে সজা কথা কৈছে’। ‘ঘৰৰ পৰা ওলাই যাওতে জোনালীয়ে পিন্ধি গৈছিল সোণৰ গহনা’। এতিয়ালৈ গহনাখিনি লাভ কৰা নাই পৰিয়ালৰ লোকে। হাছানুৰৰ স্বীকাৰোক্তিক লৈ গোৱালপাৰাত তীব্ৰ প্ৰতিক্ৰিয়া। বিজেপি নেত্ৰীৰ মৃত্যুৰ উচিত তদন্তৰ দাবী স্থানীয়ৰ। ঘটনাৰ ক্লু বিচাৰি ক্ষিপ্ৰ গতিত আৰক্ষীৰ তদন্ত। বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই জোনালীৰ ম’বাইল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.