Assamnationalpoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

দিল্লীৰ যন্তৰ মন্তৰত বিৰোধী I.N.D.I.A.ৰ প্ৰতিবাদ, I.N.D.I.A. মহাজোঁটৰ সকলো নেতা-সাংসদৰ অৱস্থান ধৰ্মঘট…..

দিল্লীৰ যন্তৰ মন্তৰত বিৰোধী I.N.D.I.A.ৰ প্ৰতিবাদ

I.N.D.I.A. মহাজোঁটৰ সকলো নেতা-সাংসদৰ অৱস্থান ধৰ্মঘট

সংসদৰ শীতকালীন অধিৱেশনত বিৰোধী সাংসদক নিলম্বনৰ প্ৰতিবাদ

১৪৬ বিৰোধী সাংসদক কৰা হৈছিল নিলম্বন

শুকুৰবাৰে পুৱাৰে পৰা যন্তৰ মন্তৰত একত্ৰিত হৈছে বিৰোধী সাংসদ

লোকতন্ত্ৰৰ সুৰক্ষাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী

প্ৰতিবাদত অংশগ্ৰহণ কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধীৰ

বিৰোধী I.N.D.I.A.ৰ জ্যেষ্ঠ নেতা শাৰদ পাৱাৰৰো অংশগ্ৰহণ

সাংসদক নিলম্বনৰ বিৰুদ্ধে দেশজুৰি আৰম্ভ প্ৰতিবাদ

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.