অসম

NRCৰ বংশবৃক্ষত বিসংগতি, প্ৰতীক হাজেলাৰ বিৰুদ্ধে দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগত গোচৰ…

NRCৰ বংশ বৃক্ষ(Family Tree)ত ভুৱা তথ্য দাখিলৰ অভিযোগ উঠিছে হাজেলাৰ বিৰুদ্ধে।

NRCৰ প্রাক্তন সমন্বয়ক প্রতীক হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু। দেশ বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত গোচৰ দাখিল NRC কৰ্তৃপক্ষৰ।

 

হাজেলাৰ বিৰুদ্ধে গোচৰ তৰিলে বৰ্তমানৰ মুখ্য সমন্বয়ক হীতেশ দেৱ শৰ্মাই। CIDত আনুষ্ঠানিকভাৱে গোচৰ তৰিলে NRCৰ মুখ্য সমন্বয়কগৰাকীয়ে। NRCৰ বংশ বৃক্ষ(Family Tree)ত ভুৱা তথ্য দাখিলৰ অভিযোগ উঠিছে হাজেলাৰ বিৰুদ্ধে।

 

বংশ বৃক্ষৰ পুনৰীক্ষণৰ নামত জালিয়াতিৰ অভিযোগ প্ৰতীক হাজেলাৰ বিৰুদ্ধে। ৯৫৭ জন লোকৰ তথ্য ভুৱা বুলি ইতিমধ্যে উন্মোচিত হৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননাৰো অভিযোগ হাজেলাৰ বিৰুদ্ধে। কামৰূপৰ পুনৰীক্ষণত ধৰা পৰিছে এই বিসংগতি।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.