AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

আজি ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস, দেশজুৰি পালন ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস…..

আজি ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস

দেশজুৰি পালন ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস

গুৱাহাটীতো বিভিন্ন কাৰ্যসূচীৰে পালন এই দিৱস

দিছপুৰৰ বিশেষ অনুষ্ঠানত কৃতীমানক সম্বৰ্ধনা

চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগ

অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য আৰু পৰিয়াল বিভাগৰ আয়ুক্ত সচিব পি অশোক বাবু, সঞ্চালক কমলজিত তালুকদাৰ, পদ্মশ্ৰী বঁটাপাপক এলি আহমেদকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.