অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

লখিমপুৰত ভয়ংকৰ ডকাইতি কাণ্ড, জেষ্ঠ সাংবাদিক, অৱসৰপ্ৰাপ্ত অধ্যক্ষ আবু ছ‌ঈদ খানৰ ঘৰত সংঘটিত হয় এই ডকাইতি কাণ্ড

লখিমপুৰৰ বঙালমৰাত ভয়ংকৰ ডকাইতি কাণ্ড। জেষ্ঠ সাংবাদিক, জিলা আইন সেৱা প্ৰাধিকৰণৰ জেষ্ঠ সদস্য, অৱসৰপ্ৰাপ্ত অধ্যক্ষ আবু ছ‌ঈদ খানৰ ঘৰত সংঘটিত হয় ডকাইতি কাণ্ড। ডকাইতৰ দলৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় আবু ছ‌ঈদ খান তেওঁৰ পত্নী আম্বিয়া আফ্ৰোজ খান। ডকাইতৰ দলটোৱে খিৰিকিৰ গ্ৰীল ভাঙি প্ৰৱেশ কৰিছিল ঘৰৰ ভিতৰত। নিশা প্ৰায় ১০-৩০ বজাত সংঘটিত হয় এই ডকাইতি কাণ্ড। চুবুৰীয়াই ডকাইতৰ দলটোক খেদি যোৱাত দলটোৱে চোকা  অস্ত্ৰ পেলাই থৈ পলায়ন কৰে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.