অসমগুৱাহাটীদৈনিক বাতৰিভাৰতমনোৰঞ্জনৰাজনৈতিক

গুৱাহাটীত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

ৰাষ্ট্ৰপতিৰ আগমণক লৈ মহানগৰীত কটকটীয়া নিৰাপত্তা। উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তীত অংশ ল’ব ৰাষ্ট্ৰপতিয়ে।

গুৱাহাটীত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

ৰাষ্ট্ৰপতিৰ আগমণক লৈ মহানগৰীত কটকটীয়া নিৰাপত্তা।

উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তীত অংশ ল’ব ৰাষ্ট্ৰপতিয়ে।

GS ৰোডত কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

বিশেষ হেলিকপ্টাৰেৰে কাজিৰঙাৰ পৰা উপস্থিত গুৱাহাটীত।

খানাপাৰাৰ পৰা পোনে পোনে কইনাধৰালৈ ৰাওনা।

মুখ্যমন্ত্ৰী, সাংসদ কুইন ওজাই আদৰণি জনালে ৰাষ্ট্ৰপতিক।

বৰ্তমান কইনাধৰাতে আছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু।

কিছু সময়ৰ পিছতে অংশ ল’ব উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তীত।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.