অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

গুৱাহাটীৰ পল্টনবজাৰ ৰে’লৱে ষ্টেচনত ৯ লাখ ৫৫ হাজাৰ ৫০০ টকাৰ জালনোট জব্দ

পল্টনবজাৰ ষ্টেচনত বৃহৎ পৰিমাণৰ জালনোট জব্দ। জব্দ ৯ লাখ ৫৫ হাজাৰ ৫০০ টকাৰ জালনোট।

পল্টনবজাৰ ষ্টেচনত বৃহৎ পৰিমাণৰ জালনোট জব্দ

জব্দ ৯ লাখ ৫৫ হাজাৰ ৫০০ টকাৰ জালনোট

জালনোটসহ এজন লোকক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ ৰাজেশ মধুকৰ বাংগাৰক

পল্টনবজাৰৰ এখন হোটেলত বাহৰ পাতি আছিল ৰাজেশ

কামাখ্যাৰ এজন লোকৰ পৰা নোটখিনি লোৱা বুলি স্বীকাৰোক্তি

ৰে’লত উঠাৰ পূৰ্বে ৰাজেশক গ্ৰেপ্তাৰ কৰে ৰে’লৱে আৰক্ষীয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.