AssamnationalPMo indiaঅসমভাৰত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশ ল’লে বিকশিত ভাৰত সংকল্প যাত্ৰাত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশ ল’লে বিকশিত ভাৰত সংকল্প যাত্ৰাত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশ ল’লে বিকশিত ভাৰত সংকল্প যাত্ৰাত। ভিডিঅ’ কনফাৰেন্সিংযোগে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীৰে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীয়ে। বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অংশ হিচাপে এলানি গুৰুত্বপূৰ্ণ ঘোষণাও কৰে প্ৰধানমন্ত্ৰীয়ে।

জন ঔষধী কেন্দ্ৰৰ সংখ্যা ২৫ হাজাৰলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। আনহাতে, দেশৰ মহিলাসকলৰ সৱলীকৰণৰ জৰিয়তে বিকাশৰ গতি তৰান্বিত কৰাত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে মহিলা কিষাণ ড্ৰোণ কেন্দ্ৰৰো উদঘাটন কৰে। লগতে ড্ৰোণ বিতৰণ কাৰ্যসূচীৰো ভাৰ্ছুৱেল সভাযোগে শুভাৰম্ভ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 7 =

Back to top button