অৰ্থনৈতিকঅসম

১০০% বৃদ্ধি পাব ফেৰী ভাৰা!

মাজুলীত ৰাইজৰ ক্ষোভ

◾মাজুলীত ৰাইজৰ ক্ষোভ

◾ফেৰী ভাৰা ১০০% বৃদ্ধিৰ প্ৰস্তাৱ বিভাগৰ

◾যাত্ৰীৰ ভাৰা ১৫ৰ পৰা ৩০টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ

◾চাইকেলৰ ভাৰা ১০ৰ পৰা ২০টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ

◾প্ৰতি কুইণ্টল সামগ্ৰীৰ ভাৰা ৫০ৰ পৰা ১০০টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ

◾এজন আৰোহীসহ বাইকৰ ভাৰা ৪৫ৰ পৰা ৯০টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ

◾চালকসহ অ’টো ৰিক্সাৰ ভাৰা ৬০ ৰ পৰা ১২০টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ

◾লঘু চাৰি চকীয়া বাহনৰ ভাৰা ৭০৬ ৰ পৰা ১,৪১২ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ

◾গধুৰ বাহনৰ ভাৰা ৯৫৮ৰ পৰা ১৯১৬ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + fifteen =

Back to top button