অসমগুৱাহাটীদিল্লীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

দিল্লীত জটিল ৰূপত বান পৰিস্থিতি, ২০৮.০৫ মিটাৰ ওপৰেৰে বৈছে যমুনাৰ পানী

দিল্লীত জটিল ৰূপত বান পৰিস্থিতি

যমুনাৰ জলস্তৰে ভংগ কৰিলে সৰ্বকালৰ অভিলেখ

২০৮.০৫ মিটাৰ ওপৰেৰে বৈছে যমুনাৰ পানী

বানত প্লাৱিত দিল্লীৰ বিস্তীৰ্ণ অঞ্চল

নেৰানেপাৰা বৰষুণ অব্যাহত ৰাজধানী চহৰত

বৰষুণৰ মাত্ৰই ভংগ কৰিলে ৪৫ বছৰীয়া অভিলেখ

ঠায়ে ঠায়ে ৰাজপথত একঁকাল পৰ্যন্ত পানী

সম্ভাৱ্য পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু দিল্লী চৰকাৰ

সাজু NDRFৰ ১২টা দল

সাজু কৰি ৰখা হৈছে ২,৭০০ আশ্ৰয় শিবিৰ

নিৰাপদ স্থানলৈ প্ৰেৰণ ১৬ হাজাৰ লোকক

হাৰিয়ানাত বানত প্লাৱিত ২৪০খন গাঁও

হাৰিয়ানাৰ বান্ধ সন্দৰ্ভত কেন্দ্ৰলৈ পত্ৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.