Assamnationalpoliticalঅসমদৈনিক বাতৰিভাৰতৰাজনৈতিক

সাংসদ পদ হেৰুৱাব পাৰে TMC সাংসদ মহুৱা মৈত্ৰই….

সাংসদ পদ হেৰুৱাব পাৰে TMC সাংসদ মহুৱা মৈত্ৰই....

সাংসদ পদ হেৰুৱাব পাৰে TMC সাংসদ মহুৱা মৈত্ৰই

ধনৰ বিনিময়ত সংসদত প্ৰশ্ন উত্থাপনৰ গুৰুতৰ অভিযোগ

মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত সম্পন্ন

সংসদৰ ‘এথিক্স কমিটী’এ সম্পন্ন কৰিলে তদন্ত

লোকসভাৰ অধ্যক্ষ ওম বিৰলাক দাখিল কৰিব তদন্ত প্ৰতিবেদন

এথিক্স কমিটীয়ে প্ৰস্তুত কৰিছে ৫০০ পৃষ্ঠাৰ তদন্ত প্ৰতিবেদন

সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে আপত্তিজনক, অনৈতিক অপৰাধৰ অভিযোগ

TMCএ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ পোষকতা

এই সমগ্ৰ ঘটনাৰ ওপৰত হ’ব পাৰে CBI তদন্তও

মহুৱা মৈত্ৰৰ বিৰুদ্ধে CBI তদন্তৰ নিৰ্দেশ লোকপালৰো

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.