অপৰাধঅসম

শিৱসাগৰ আৰক্ষীৰ জালত দুই মহিলা গাঞ্জা ব্যৱসায়ী, দীৰ্ঘদিন ধৰি থানাৰ সমীপতে চলাই আহিছিল ব্যৱসায়

ধৃত মহিলা দুগৰাকীৰ পৰা গাঞ্জাৰ উপৰিও জব্দ কৰা হৈছে দুই কাৰ্টুন বিলাতী সুৰা

শিৱসাগৰ আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীৰ অভিযানত জব্দ চাৰি কিলোগ্ৰাম গাঞ্জা।

শনিবাৰে, শিৱসাগৰ আৰক্ষীয়ে গাঞ্জাৰ সৈতে গ্ৰেপ্তাৰ কৰে দুই মহিলাক। গ্ৰেপ্তাৰ হোৱা মহিলা দুগৰাকীৰ নাম সবিতা দাস আৰু দীপা হাজৰিকা। ধৃত মহিলা দুগৰাকীৰ পৰা গাঞ্জাৰ উপৰিও জব্দ কৰা হৈছে দুই কাৰ্টুন বিলাতী সুৰা।

ইতিমধ্যে, মহিলা দুগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে শিৱসাগৰ আৰক্ষীয়ে। মহিলা দুগৰাকীয়ে থানাৰ সমীপতে চলাই আহিছিল গাঞ্জা-সুৰাৰ অবৈধ বেহা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.