অসমজন্তুজীৱনশৈলীবন্যপ্ৰাণী

অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস! আতংকিত গঞা

ধান খাবলৈ পাহাৰৰ পৰা জনাঞ্চললৈ নামি  আহিছে বৃহৎ হাতীৰ জাক

নগাঁও জিলাৰ কঠিয়াতলী বন বিভাগৰ অন্তৰ্গত কাফিতলিত বিগত কিছুদিন ধৰি অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। ধান খাবলৈ পাহাৰৰ পৰা জনাঞ্চললৈ নামি  আহিছে বৃহৎ হাতীৰ জাক। জাকটোত  আছে কেইবাটাও হাতী পোৱালি। বৃহৎ হাতীৰ জাক দেখি  আতংকিত হৈ পৰিছে গাঁওবাসী।

স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক গাঁওখনত উপস্থিত হৈ গুলী ফুটাই হাতী খেদিবলৈ চেষ্টা কৰে যদিও হাতীৰ জাকটো সৰু হাবিয়নী এডৰাত এতিয়াও অৱস্থান কৰি  আছে। যাৰ ফলত বৰ্তমানেও আতংকিত স্থানীয় লোক।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.