অসমগুৱাহাটীদৈনিক বাতৰি

‘কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে অসমত প্ৰভাৱ পেলাব বুলি নাভাৱো’-ৰমেন্দ্ৰ নাৰায়ন কলিতা

‘কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে অসমত প্ৰভাৱ পেলাব বুলি নাভাৱো’-ৰমেন্দ্ৰ নাৰায়ন কলিতা

পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক তথা অসম গন পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক ৰমেন্দ্ৰ নাৰায়ন কলিতা ২৪ ৰ লোক সভা নিৰ্বাচনৰ পুৰ্বে তৎপৰ হোৱা দেখা গৈছে।প্ৰত্যক দিনে পশ্চিম গুৱাহাটী সমষ্টিৰ অঞ্চলে অঞ্চলে কৰিছে কেইবাখন কৈ দলীয় সভা, সাধৰন সভা, কৰ্মী সভা।মহানগৰীৰ ২২ নং বাৰ্ডৰ জ্যোতিকুছিত অনুষ্ঠিত কৰে বিশাল কৰ্মী সভা। প্ৰায় ৫ শতাধিক দলীয় কৰ্মী অংশ গ্ৰহন কৰে এই সভাত।

উল্লেখযোগ্য যে ২২ নং বাৰ্ডটো আছে বিজেপিৰ দখলত সমান্তৰাল ভাৱে ২২ নং বাৰ্ডটো জনা যায় মিনি ভাৰত বুলি ।এক প্ৰকাৰ ২৪ ৰ নিৰ্বাচনৰ পুৰ্বে সমগ্ৰ অসমতে দলটোৰ গনভিত্তি বঢ়াবলৈ কৰি গৈছে সভা সমিতি ।

 

কংগ্ৰেছ আৰু  AIDUF এ এতিয়া নাটক কৰি আছে । লোক সভা নিৰ্বাচনৰ প্ৰাকক্ষনত কংগ্ৰেছ আৰু  AIUDF লগ হব বুলি গেৰান্টি দিলে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.