অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

মহানগৰীত পুনৰ চাঞ্চল্যকৰ দিন ডকাইতি, এগৰাকী মহিলাৰ পৰা ডকাইতে লুটিলে ৩ লাখ ৫০ হাজাৰ টকা

মহানগৰীত পুনৰ চাঞ্চল্যকৰ দিন ডকাইতি

নাৰেংগীত ডকাইতে লুটিলে ৩ লাখ ৫০ হাজাৰ

ইউনিয়ন বেংকৰ সমীপত সংঘটিত এই ঘটনা

এগৰাকী মহিলাৰ পৰা ডকাইতে লুটিলে সমগ্ৰ ধন

এখন বাইকত আহিছিল দুজনীয়া ডকাইতৰ দল

প্ৰথমে মহিলাগৰাকীক বাটত টকা পৰি যোৱা বুলি চলনা

তাৰ পিছতে মহিলাগৰাকীৰ বেগ লৈ উধাও দুৰ্বৃত্ত

বেংকৰ CCTV ফুটেজৰ জৰিয়তে তদন্ত আৰক্ষীৰ

ঘটনাস্থলীত উপস্থিত DCP বসুমতাৰী

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.