অসম

ৰাজপথত যান-বাহনৰ গতি সীমিতকৰণৰ বাবে অসম কেবিনেটত সিদ্ধান্ত…

৮ আসনযুক্ত বাহনৰ ৰাষ্ট্ৰীয় ঘাইপথত গতিবেগ হ'ব ১০০ কিঃমিঃ। ৰাজ্যিক ঘাইপথত গতিবেগ হ’ব প্ৰতিঘণ্টাত ৭০ কিঃমিঃ। পৌৰনিগম এলেকাত গতিবেগ হ’ব প্ৰতিঘণ্টাত ৬০ কিঃমিঃ।

ঘাইপথত বাহনৰ গতি সীমা নিৰ্ধাৰণ কৰাৰ বাবে অসম কেবিনেটত সিদ্ধান্ত। দুৰ্ঘটনা ৰোধ কৰাৰ বাবেই যান-বাহনৰ গতি সীমিত কৰাৰ সিদ্ধান্ত লোৱা হয় কেবিনেটত। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কৰে এই ঘোষণা।

 

 

৮ আসনযুক্ত বাহনৰ ৰাষ্ট্ৰীয় ঘাইপথত গতিবেগ হ’ব ১০০ কিঃমিঃ। ৰাজ্যিক ঘাইপথত গতিবেগ হ’ব প্ৰতিঘণ্টাত ৭০ কিঃমিঃ।
পৌৰনিগম এলেকাত গতিবেগ হ’ব প্ৰতিঘণ্টাত ৬০ কিঃমিঃ।

 

 

যাত্ৰীবাহী ৮ আসনযুক্ত বাহনৰ ক্ষেত্ৰত সলনি হ’ব নিয়ম। ডাঙৰ যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰতো গতিবেগ সীমিত কৰা হৈছে। সামগ্ৰী পৰিবহণ বাহনৰ ক্ষেত্ৰত ফ’ৰলেন পথত গতিবেগ প্ৰতিঘণ্টাত ৭০ কিঃমিঃ। আনহাতে, মটৰ চাইকেল আদিত সীমিত হ’ব গতিবেগ। ৩চকীয়া বাহনসমূহৰ ক্ষেত্ৰতো সৰ্বাধিক ৫০ কিঃমিঃ গতিবেগ। এই সন্দৰ্ভত শীঘ্ৰে জাৰি কৰা হ’ব জাননী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.