অপৰাধঅসমঅসম আৰক্ষী

মহানগৰীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ

দীৰ্ঘদিন ধৰি মহানগৰীৰ লালমাটি বেহাৰবাৰীত চলি আছিল নিষিদ্ধ ড্ৰাগছৰ বেহা

অব্যাহত আছে ড্ৰাগছৰ অবৈধ বেহা।

শনিবাৰে মহানগৰীত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান চলে।

লালমাটিত গড়চুক চলা আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ।

আগৰতলাৰ ড্ৰাগছ সৰবৰাহকাৰী সুমন দাস নামৰ লোকজনক আটক কৰে আৰক্ষীয়ে। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ২ লক্ষাধিক টকা বুলি জানিব পৰা গৈছে।

দীৰ্ঘদিন ধৰি মহানগৰীৰ লালমাটি বেহাৰবাৰীত সুমন দাস নামৰ লোকজনে বাহৰ পাতি চলাই আহিছিল নিষিদ্ধ ড্ৰাগছৰ বেহা।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.