অসমউৎসৱগুৱাহাটীদৈনিক বাতৰিভাৰতমনোৰঞ্জনসংস্কৃতি

আজি তাঁতৰ বিহু…ৰঙালীৰ ৰঙত উখল মাখল সমগ্ৰ ৰাজ্য…

তাঁতৰ বিহু বা চেনেহী বিহুত প্ৰিয়জনক উপহাৰ দিয়াৰ পৰম্পৰা।

হেঁপাহৰ ৰঙালী বিহুৰ আজি তৃতীয়টো দিন ৷

ৰঙালীৰ ৰঙত উখল মাখল ৰাজ্যৰ পৰিৱেশ। আজি তাঁতৰ বিহু।

তাঁতৰ বিহু বা চেনেহী বিহুত প্ৰিয়জনক উপহাৰ দিয়াৰ পৰম্পৰা।

ঐতিহ্য আৰু পৰম্পৰাৰে বৃহত্তৰ অসমীয়া জাতিয়ে পালন কৰিছে ৭ বিহুৰ পৰম্পৰা।

ৰাজ্যজুৰি মঞ্চই মঞ্চই অনুষ্ঠিত হৈছে মুকলি বিহু আৰু সাংস্কৃতিক সন্ধিয়াৰ ভিন্ন কাৰ্যসূচী।

প্ৰিয় সংগীত শিল্পীৰ সংগীতানুষ্ঠানত আনন্দ আৰু পাৰভঙা উছাহ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.