অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিপ্ৰদূষণপ্ৰযুক্তিভাৰতৰাজনৈতিক

ধেমাজিত উদণ্ড বাইকাৰ্ছৰ বিৰুদ্ধে অভিযান, বিকট শব্দৰে ৰাজপথত সন্ত্ৰাস সৃষ্টিকৰা সকলৰ বিৰুদ্ধে অভিযান

ধেমাজিত উদণ্ড বাইকাৰ্ছৰ বিৰুদ্ধে অভিযান

বিকট শব্দৰে ৰাজপথত সন্ত্ৰাস সৃষ্টিকৰা সকলৰ বিৰুদ্ধে অভিযান

ধেমাজি জিলা পৰিবহণ বিভাগে চলাইছে এই অভিযান

মডিফাইড চাইলেঞ্চাৰ লগোৱা বাহনৰ বিৰুদ্ধে এই অভিযান

হেলমেটবিহীন বাইকচালকক নাকী লগাবলৈ এই ব্যৱস্থা

স্বাধীনতা দিৱসৰ দিনটোত সুৰাপায়ী যুৱকৰ সন্ত্ৰাস

ৰাজপথত তীব্ৰবেগী বাইকেৰে চলাইছিল সন্ত্ৰাস

কেইবাটাও ভয়ংকৰ দুৰ্ঘটনাত নিহত ৩জন

সুৰাপায়ী, উদণ্ড বাইকাৰ্ছক নিয়ন্ত্ৰণৰ বাবে ৰাজপথত DTO

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + three =

Back to top button