leatest updateঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতমনোৰঞ্জনসংস্কৃতি

আৰম্ভ বৰআখৰা! হাজাৰ হাজাৰ নাচনীৰ নান্দনিক ভংগীমাত দৃষ্টিনন্দন সৰুসজাইৰ সেউজ বক্ষ।

গীনিজ বুক অৱ ৱৰ্ল্ডত ৰেকৰ্ড কৰাৰ লক্ষ্যৰে একেলগে কঁকাল ঘূৰাব ১১ হাজাৰ নাচনীয়ে।

হাজাৰ হাজাৰ নাচনীৰ নান্দনিক ভংগীমাত দৃষ্টিনন্দন সৰুসজাইৰ সেউজ বক্ষ। ইতিহাস ৰচনাৰ লক্ষ্যৰে ১৪ এপ্ৰিলৰ বিহুৰ বাবে মঙলবাৰৰ পৰা আৰম্ভ বৰআখৰা। বিহুৰে বিশ্ব জিনিব অসমবাসীয়ে। গীনিজ বুক অৱ ৱৰ্ল্ডত ৰেকৰ্ড কৰাৰ লক্ষ্যৰে একেলগে কঁকাল ঘূৰাব ১১ হাজাৰ নাচনীয়ে। এই লক্ষ্যত উপনীত হ’বৰ বাবে এতিয়া প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ।

মঙলবাৰৰ পৰা ১৩ এপ্ৰিললৈ সৰুসজাই ষ্টেডিয়ামত ১১ হাজাৰ ঢুলীয়া-নাচনীৰ বৰ আখৰা। ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত গীনিজ বুকত ৰেকৰ্ড কৰাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে এই বিহুৰ অনুষ্ঠান। ষ্টেডিয়ামত দ্বিতীয় দিনাও পূৰ্ণগতিত চলি আছে বৰআখৰা। সন্ধ্যা বিহুতলী পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.