দুৰ্ঘটনা

ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে নিহত চাৰিজন

মঙলবাৰে মধ্য প্ৰদেশৰ শিৱপুৰী জিলাত যাত্ৰা কৰি থকা এখন ভান লুটি খাই পৰে নদীত। যাৰ ফলত চাৰিজনকৈ শ্ৰমিক নিহত হোৱাৰ লগতে আন ১৫ জন আঘাতপ্ৰাপ্ত হয়

মঙলবাৰে মধ্য প্ৰদেশত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

মঙলবাৰে মধ্য প্ৰদেশৰ শিৱপুৰী জিলাত যাত্ৰা কৰি থকা এখন ভান লুটি খাই পৰে নদীত। যাৰ ফলত চাৰিজনকৈ শ্ৰমিক নিহত হোৱাৰ লগতে আন ১৫ জন আঘাতপ্ৰাপ্ত হয়।

আৰক্ষীয়ে জনোৱা অনুসৰি, জিলা সদৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত কোলাৰাছ আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত গোৰিটিলা হীৰাপুৰ গাঁৱৰ ওচৰত পুৱা প্ৰায় ২ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়।

নিহত সকলৰ ভিতৰত তিনিজন হামিদ মহম্মদ আব্দুল্লাহ, খাহুল আমিন আৰু হাকীম মুস্তাফা বুলি চিনাক্ত কৰা হৈছে।
আটাই কেইজন আহত শ্ৰমিকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.