অসমমেঘালয়ৰাজনৈতিক

কংগ্ৰেছত বৃহৎ খহনীয়া! TMCত যোগদান মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাইৰ

মেঘালয়ত হঠাৎ ৰাজনৈতিক পট পৰিৱৰ্তন

মেঘালয়ত হঠাৎ ৰাজনৈতিক পট পৰিৱৰ্তন।

মেঘালয় কংগ্ৰেছত বৃহৎ খহনীয়া। TMCত যোগদান কৰিলে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই। মুকুল চাংমাইসহ মুঠ ১২জন বিধায়কে যোগদান কৰিলে TMCত। ১৭জনীয়া বিধায়কৰ ১২গৰাকীয়ে যোগদান কৰিলে TMCত।

বুধবাৰে নিশা বিধানসভাৰ অধ্যক্ষলৈ মুকুল চাংমাই প্ৰেৰণ কৰিছিল পত্ৰ। পত্ৰৰ জৰিয়তে অধ্যক্ষক জনাইছিল দল পৰিৱৰ্তনৰ সবিশেষ তথ্য। এতিয়াৰে পৰা মেঘালয়ৰ প্ৰধান বিৰোধী দল TMC।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.